Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • কামৰূপ মেট্ৰ’ৰ বোণ্ডা অঞ্চলত এক প্ৰকৃতি সম্পৰ্কীয় কৰ্মশালা আয়োজন হয়।
গুৱাহাটী

কামৰূপ মেট্ৰ’ৰ বোণ্ডা অঞ্চলত এক প্ৰকৃতি সম্পৰ্কীয় কৰ্মশালা আয়োজন হয়।

Email :27

আৰণ্যক আৰু হেল্প এইড ফাউণ্ডেশ্যনৰ উদ্যোগত, তথা উইপ্ৰ’ আৰ্থিয়ান সহযোগত এই তিনিদিনীয়া কৰ্মশালাত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ বহন ক্ষমতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। নগৰীয়া পৰিৱেশ তন্ত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া এই কৰ্মশালাত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts