Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • বাকছাত মুশ্বালপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে ২ জন চাইবাৰ অপৰাধৰ সৈতে জড়িত যুৱকক।
অসম

বাকছাত মুশ্বালপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে ২ জন চাইবাৰ অপৰাধৰ সৈতে জড়িত যুৱকক।

Email :30

চাইবাৰ জালিয়াতিৰ গোচৰত জড়িত থকাৰ অভিযোগত দুজন যুৱক ক্ৰমে মানস জ্যোতি ডেকা আৰু হিমাংশু দাসক আটক কৰি জেৰা চলোৱা হৈছে। বিভিন্ন বেংক একাউণ্টৰ পৰা প্ৰায় ৫৬ লাখ টকা অবৈধভাৱে ট্ৰেন্সফাৰ কৰা চাইবাৰ জালিয়াতিৰ ৰেকেটত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts