Email :30
প্ৰতিযোগিতাখনলৈ কেলুলুৱে সাংবাদিকক সম্বোধন কৰি নগা মহিলাসকলৰ শক্তি আৰু সহনশীলতাৰ কথা উল্লেখ কৰে। লগতে প্ৰত্যাহ্বানৰ মুখামুখি হৈ জীৱনৰ বাটত পুনৰ আগুৱাই যোৱাৰ শক্তিও তেওঁলোকৰ আছে। চাখেছাং নগা জনগোষ্ঠীৰ এগৰাকী গৌৰৱান্বিত সদস্য কেলুলুই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত নাগালেণ্ডৰ বৈচিত্ৰময় সাংস্কৃতিক পৰম্পৰাৰক প্ৰতিনিধিত্ব কৰিব।