Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • সফলতাৰ হাঁহিৰে শুভাংশু শুক্লাৰ পৃথিৱীত অৱতৰণ।
ভাৰত

সফলতাৰ হাঁহিৰে শুভাংশু শুক্লাৰ পৃথিৱীত অৱতৰণ।

Email :105

ঐতিহাসিক এক্সিয়াম-৪ অভিযান সফলতাৰে সম্পন্ন কৰি পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা। তেখেতৰ পিতৃ শম্ভু দয়াল শুক্লাই অৱগত কৰে যে তেওঁৰ নিৰাপদ অৱতৰণ হোৱাটো আমি আচৰিত অনুভৱ কৰিছিলোঁ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জনাই যে শুভাংশু শুক্লাই কেৱল মহাকাশেই স্পৰ্শ কৰা নাই, তেওঁ ভাৰতৰ আকাংক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts