Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১৪ জুলাই ২০২৫ ত চতিয়া উন্নয়ন কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা নৱনিৰ্বাচিত চতিয়া আঞ্চলিক পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকাই।
অসম

যোৱা ১৪ জুলাই ২০২৫ ত চতিয়া উন্নয়ন কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা নৱনিৰ্বাচিত চতিয়া আঞ্চলিক পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকাই।

Email :35

উক্ত অনুষ্ঠানত উপস্থিত আছিল চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অজয় সিনহা, ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি, চতিয়া আৰু জামুগুৰি পৌৰসভাৰ পৌৰপতিদ্বয়, উত্তৰ নদুৱাৰ মণ্ডল আৰু নাগশংকৰ মণ্ডলৰ সভাপতিদ্বয়, নাগশংকৰ জিলা পৰিষদ আৰু নদুৱাৰ জিলা পৰিষদৰ সদস্য/ সদস্যাদ্বয়, উত্তৰ নদুৱাৰ মণ্ডল যুৱমৰ্চা আৰু নাগশংকৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি/ সম্পাদকদ্বয়, নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী/উপ-সভাপতি সদস্য/ সদস্যা সকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, দলৰ বিভিন্ন দায়িত্বত থকা জ্যেষ্ঠ কাৰ্য্যকৰ্তা সকল আৰু লগতে সামাজিক মাধ্যম কোষৰ আহ্বায়কসকল আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts