Email :34
গৰিষ্ঠসংখ্যক হিন্দু আৰু অসমীয়া মুছলমান অঞ্চলত গৰাখহনীয়া, ভূমিহীন লোকৰ বসতি স্থাপনৰ আঁৰত কোনো অভিসন্ধি থাকিব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে। সংৰক্ষিত বনাঞ্চলকে ধৰি ৪৫০০ বিঘাৰো অধিক বেদখল হোৱা ভূমি মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সপ্তাহটোৰ ভিতৰত ধুবুৰী আৰু গোৱালপাৰা জিলাত দুটা বৃহৎ উচ্ছেদ অভিযান ৰূপায়ণ কৰিছিল।