Email :40
অসমৰ চাহৰ ২০০ বছৰীয়া চাহৰ যি ইতিহাস তাক নিউয়ৰ্কত উদযাপনৰ এক ব্যতিক্ৰমী প্ৰয়াস মিচেলিন ষ্টাৰ চেফ বিকাশ খান্নাৰ। নিজৰ ৰেষ্টুৰেণ্ট বাংলোত ১১ জুলাইত আয়োজিত Assam Tea Festival ত খাদ্যৰসিকসকলে অসমীয়া চাহৰ লগতে তিলৰ লাৰু তথা অন্যান্য খাদ্যৰ জুতি লʼবলৈ পাৰিব। এই Assam Tea Festival ৰ প্ৰাকক্ষণত ৰেষ্টুৰেণ্ট বাংলোৰ প্ৰবেশদ্বাৰ শুৱনি কৰিছে অসমৰ গামোচাখনিয়ে।