Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
নাগালেণ্ড

বাৰিষাৰ বৰষুণৰ মাজত বানপানী আৰু ভূমিস্খলনৰ প্ৰত্যাহ্বানৰ সন্মুখীন নাগালেণ্ড।

Email :36

নাগালেণ্ডৰ ডিমাপুৰ জিলাত পুৰাণ বজাৰৰ এছ এম কলনী, ৰাগাইলং, নামগালং, ছুপাৰ মাৰ্কেট, কে চাচু, এক্যোয়ান ভিলেজ, ৱালফৰ্ড, মডেল কলনীকে ধৰি একাধিক কলনীত বানপানীৰ প্ৰাৰ্দুভাৱ পৰিছে। ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, বুকুৰ দেৱাল, ধাননি পথাৰ, ঝুম খেতি ধ্বংস হৈছে।
ডিমাপুৰৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডিডিএমএ) স্থানচ্যুত লোকসকলৰ বাবে সাহায্য শিবিৰ স্থাপন কৰাৰ বিপৰীতে এইচ জি, চিডি, আৰু এছডিআৰএফৰ দলসমূহ সক্ৰিয় অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে। নিউলেণ্ড, চুমৌকেডিমা আদি জিলাতো বানৰ কবলত পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts