Email :56
অসমৰ চাহৰ ২০০ বছৰীয়া ইতিহাসক এক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে চেফ বিকাশ খান্নাই নিজৰ ৰেষ্টুৰেণ্ট বাংলোত অসম চাহ মহোৎসৱ আয়োজন কৰাৰ এটি প্ৰস্তাৱ দিছে। চেফ বিকাশ খান্নাই নিজৰ ১১ বাৰৰ অসম ভ্ৰমণৰ মধুৰ স্মৃতি স্মৰণ কৰি খাদ্য, বস্ত্ৰশিল্প আৰু সংস্কৃতিৰ স্বকীয়তাৰ চৰ্চা কৰে।অসম চৰকাৰে চেফ বিকাশ খান্নাই আগবঢ়োৱা প্ৰস্তাৱক আদৰণি জনাইছে।