Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • মনোৰঞ্জন
  • ভাৰতীয় চিনেমা অনুৰাগীসকলৰ বাবে আহি আছে এখন বিগ বাজেটৰ চিনেমা ৮৩৫ কোটি টকাৰ ৰামায়ণ পাৰ্ট ১
ভাৰত

ভাৰতীয় চিনেমা অনুৰাগীসকলৰ বাবে আহি আছে এখন বিগ বাজেটৰ চিনেমা ৮৩৫ কোটি টকাৰ ৰামায়ণ পাৰ্ট ১

Email :52

এই চলচ্চিত্ৰখনৰ প্ৰযোজক হৈছ বিশ্বৰ সৰ্ববৃহৎ স্বতন্ত্ৰ সংহত মিডিয়া সেৱা কোম্পানী প্ৰাইম ফ’কাছৰ মালিক নমিত মালহোত্ৰা। এই চিনেমাখনৰ আকৰ্ষণীয় ভিজুৱেল ইফেক্ট সৃষ্টি কৰিছে বিশেষজ্ঞ ব্ৰিটিছ-ভাৰতীয় সহযোগী প্ৰতিষ্ঠান ডিএনইজিৰ, এই প্ৰতিষ্ঠানৰ চিইঅ’ও হিচাপেও নমিতে কাৰ্যনিৰ্বাহ কৰি আছে। এই প্ৰতিষ্ঠানটোৰ VFX ৰ ক্ষেত্ৰত ৮ বাৰ অস্কাৰ বিজয়ী হোৱাৰ অভিলেখো আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts