Email :32
📌 পি ডব্লিউ ডি (পথ) বিশেষ আয়ুক্ত বিভুতি শইকীয়া আৰু কামৰূপৰ উপ আয়ুক্ত দেবা কুমাৰ মিশ্ৰকে ধৰি উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।
📌 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ট্ৰুম্পেট জংচন সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱা লৈ আই আই টি গুৱাহাটী আৰু জি এন আৰ চি পথেৰে নতুন দলংখন পাৰ হৈ যান-বাহন চলাচল চলি থাকিব পাৰিব ।