Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শেহতীয়া খবৰ
  • Raja Raghuvanshi Murder Case: ৰাজৰ বাবে ৰাজাক হত্যা! ‘ইন্দোৰ টু শ্বিলং’ ৰহস্যজনক হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? চাঞ্চল্যকৰ তথ্য!
ভাৰত

Raja Raghuvanshi Murder Case: ৰাজৰ বাবে ৰাজাক হত্যা! ‘ইন্দোৰ টু শ্বিলং’ ৰহস্যজনক হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? চাঞ্চল্যকৰ তথ্য!

Email :17

Raja Raghuvanshi Murder Case: ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীক শ্বিলঙত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পত্নী সোনম ৰঘুবংশীক। সূত্ৰৰ খবৰ অনুসৰি, ৰাজাক হত্যাৰ পৰিকল্পনাত বিকি ঠাকুৰ, আকাশ আৰু আনন্দো জড়িত আছিল। হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৰাজ কুছৱাহা।

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাত তেওঁৰ পত্নী সোনম ৰঘুবংশীসহ মুঠ চাৰিজনক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, এই হত্যাকাণ্ডৰ পৰিকল্পনাৰ মূল অভিযুক্ত হৈছে সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা।

হানিমুনৰ অচিলাৰে হত্যা, ৰাজা আৰু সোনমে হনীমুন উদযাপনৰ বাবে শ্বিলঙলৈ গৈছিল, য’ত ৰাজাক হত্যা কৰা হয়। সোনমৰ উপৰিও বিকি ঠাকুৰ, আকাশ আৰু আনন্দক গ্ৰেপ্তাৰ কৰা হৈছে। আনন্দক উত্তৰ প্ৰদেশৰ সাগৰ নামৰ অঞ্চলৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts