Email :21
মানচেষ্টাৰত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ চতুৰ্থ টেষ্ট ড্ৰ কৰিবলৈ ভাৰতীয় ক্ৰিকেট দল সফল হৈছে। ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলে ১০৩ আৰু কে এল ৰাহুলে ৯০ ৰান কৰি আউট যোৱাত পৰাজয়ৰ সম্ভাৱনাই অধিক আছিল। কিন্তু ৰবীন্দ্ৰ জাডেজা আৰু ৱাছিংটন সুন্দৰৰো দৃঢ়তাৰে ভৰা শতকে ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰাত টেষ্ট ড্ৰ ৰূপে সমাপন হয়।