Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শিক্ষা
  • ২০২৫-২৬ চিবিএছই ব’ৰ্ডৰ দশম শ্ৰেণীৰ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ উত্তৰ লিখাৰ নতুন নীতি-নিৰ্দেশনা জাৰী।
শিক্ষা

২০২৫-২৬ চিবিএছই ব’ৰ্ডৰ দশম শ্ৰেণীৰ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ উত্তৰ লিখাৰ নতুন নীতি-নিৰ্দেশনা জাৰী।

Email :22

চিবিএছইৰ দ্বাৰা জাৰী কৰা নতুন নিৰ্দেশনা অনুসৰি ২০২৫-২৬ বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলে উত্তৰ লিখাৰ আৰম্ভ কৰাৰ পূৰ্বে উত্তৰ বহীখন নীতি-নিৰ্দেশনা অনুসৰি বিজ্ঞানৰ বাবে ৩ টা খণ্ড ক্ৰমে জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান; সমাজ বিজ্ঞানৰ বাবে ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি- এইদৰে উত্তৰ বহীখন বিভক্ত কৰিব লাগিব। ব’ৰ্ডে স্পষ্টকৈ জনাইছে যে বিভিন্ন শিতানৰ পৰা উত্তৰ নিৰ্ধাৰিত খণ্ডৰ সলনি অন্য খণ্ডত লিখিলে ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ হ’লেও নম্বৰ লাভ নকৰিব। সেয়ে ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ পূৰ্বেই লিখাৰ এই নতুন নিয়মৰ পৰ্যাপ্ত অভ্যাস কৰাৰ পৰামৰ্শ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts