Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ২০২৫ বৰ্ষত আইচিচিৰ মহিলা এদিনীয়া বিশ্বকাপত বিজয়ী ভাৰতীয় দল।
খেল

২০২৫ বৰ্ষত আইচিচিৰ মহিলা এদিনীয়া বিশ্বকাপত বিজয়ী ভাৰতীয় দল।

Email :27

আইচিচি মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত অৱশেষত প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা দলক ডি ৱাই পাটিল ষ্টেডিয়ামত ২ নৱেম্বৰ তাৰিখে অনুষ্ঠিত ফাইনেলত ৫২ ৰানত পৰাজিত কৰি খিতাপ দখল কৰে। বিশ্বকাপৰ বিজয়ী দল ৰূপে ভাৰতীয় দলে আই চি চিৰ পৰা ৪০ কৌটি লাভ কৰাৰ উপৰিও বিচিচিআইৰ পৰা ঘোষণা পুৰস্কাৰৰ ৰাশি হৈছে ৫১ কৌটি । ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰথমবাৰলৈ বিশ্ব চেম্পিয়ন হোৱাৰ ফলত ভাৰতীয় ক্ৰীড়া ইতিহাসত এক নতুন যুগৰ সূচনা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts