Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ১০১ তম জন্মবাৰ্ষিকী উপলক্ষে অটল বিহাৰী বাজপেয়ীক দেশবাসীৰ স্মৰণ।
ভাৰত

১০১ তম জন্মবাৰ্ষিকী উপলক্ষে অটল বিহাৰী বাজপেয়ীক দেশবাসীৰ স্মৰণ।

Email :15

১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰত অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জন্মদিনটো সমগ্ৰ দেশত সুশাসন দিৱস হিচাপে পালন কৰা হয়। নাগৰিকসকলক চৰকাৰৰ বাধ্যবাধকতা আৰু কাম-কাজৰ বিষয়ে সজাগ কৰাৰ প্ৰচেষ্টা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts