Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১৭ নবেম্বৰত অসমবাসীৰ আস্থা জড়িত হৈ থকা বৃন্দাবনী বস্ত্ৰখনি প্ৰদৰ্শনৰ লক্ষ্যৰে সীমিত সময়ৰ বাবে ৰাজ্যখনলৈ আনিবলৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰ।
অসম

যোৱা ১৭ নবেম্বৰত অসমবাসীৰ আস্থা জড়িত হৈ থকা বৃন্দাবনী বস্ত্ৰখনি প্ৰদৰ্শনৰ লক্ষ্যৰে সীমিত সময়ৰ বাবে ৰাজ্যখনলৈ আনিবলৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰ।

Email :17

ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰখনিয়ে অসমৰ প্ৰাচীন বস্ত্ৰশিল্পৰ ঐতিহ্য বহন কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই চুক্তিখন অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে। লগতে এই আপুৰুগীয়া বস্ত্ৰখনিয়ে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আৰু দৃষ্টিভংগীক প্ৰতিফলিত কৰে বুলি তেখেতে সামাজিক মাধ্যম এক্সত সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts