Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অৰুণাচল প্ৰদেশ

মটৰস্পৰ্ট ৰেলী অৱ হিমালয় প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ সন্মান অৰ্জন অৰুণাচলৰ দলৰ।

Email :29

৯-১২ অক্টোবৰলৈ মটৰস্পৰ্ট ৰেলী অৱ হিমালয় প্ৰতিযোগিতাত অৰুণাচলৰ দলটিয়ে অংশ লৈ নিজৰ প্ৰতিভা দাঙি ধৰে। এই ৰেলীত অৰুণাচল দলৰ সদস্য আছিল প্ৰবীণ খেলুৱৈ লাকপা চেৰিং, নাকু হাগে চাডা আৰু জাওংগাম মিৰিপ চিংফোৰ। টয়োটা হাইলাক্স গাড়ী চলোৱা লাকপা চেৰিঙে এব’ভ ১৮৫০ চিচি শাখাত ৰানাৰ্ছ আপৰ স্থান দখল কৰে আৰু নাকু হাগে চাডাই আপ টু ১৩৫০ চিচি শাখাত ৰানাৰ্ছ আপৰ স্থান দখল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts