Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
অসম

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

Email :21

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি নিজৰ মনোভাৱ ব্যক্ত কৰে এইদৰে, “আজি শ্বহীদ দিৱসৰ দিনা আমি অসম আন্দোলনৰ অংশগ্ৰহণ কৰা সকলোৰে বীৰত্বৰ কথা স্মৰণ কৰিছোঁ। আমাৰ বুৰঞ্জীত এই আন্দোলনে সদায় এক প্ৰধান স্থান লাভ কৰিব। অসম আন্দোলনত অংশগ্ৰহণ কৰাসকলৰ সপোন পূৰণৰ বাবে আমি আমাৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰকাশ কৰিছোঁ, বিশেষকৈ অসমৰ সংস্কৃতি আৰু ৰাজ্যৰ সৰ্বাংগীন প্ৰগতি শক্তিশালী কৰা।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts