আজি কন্যকাত অনুষ্ঠিত এক সংক্ষিপ্ত সভাত পাতলৰ চুক গাঁৱৰ এজন আগৰণুৱা যুবক তথা বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা বিজয় কটকীয়ে বহু দিনীয়া প্ৰচেষ্টাৰে বিধায়ক পদ্ম হাজৰিকাৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱন পৰিক্ৰমা সন্দৰ্ভত বিভিন্ন তথ্য-পাতি আৰু ফটো প্ৰচাৰ মাধ্যমত প্ৰচাৰিত বিভিন্ন সংবাদৰ অংশ আদি একত্ৰিত কৰি সাজু কৰা এলবাম বা তথ্যপুথিখন কন্যকাত তেখেতৰ হাতত তুলি দিয়াত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নষ্টালজিক হৈ তেখেতৰ এই প্ৰয়াসৰ শলাগ লয়।













