Email :22
৪৫ বছৰীয়া ৰোহন বোপান্নাই পেছাদাৰী টেনিছৰ পৰা অবসৰ ঘোষণা কৰিছে। ডাবলছ টেনিছৰ ইতিহাসত আটাইতকৈ বৰ্ষীয়ান বিশ্বৰ এক নম্বৰ খেলুৱৈ হোৱাৰ অভিলেখ গঢ়িছিল। দুটাকৈ গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ লগতে দুবাৰ পুৰুষ ডাবলছ আৰু দুবাৰ মিক্সডত ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছিল।













