Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ব্যৱসায়
  • নৱৰাত্ৰীৰ পৰা দীপাৱলীলৈকে জিএছটি সংস্কাৰৰ ফলত যাত্ৰীবাহী বাহনৰ বিক্ৰী ১৫ ৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি ।
ব্যৱসায়

নৱৰাত্ৰীৰ পৰা দীপাৱলীলৈকে জিএছটি সংস্কাৰৰ ফলত যাত্ৰীবাহী বাহনৰ বিক্ৰী ১৫ ৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি ।

Email :22

মাৰুতি চুজুকিয়ে ১৮ অক্টোবৰত উৎসৱৰ সময়ছোৱাত ৪ লাখ ৫০ হাজাৰ বুকিং লাভ কৰাৰ লগতে খুচুৰা বিক্ৰী ৩ লাখ ২৫ হাজাৰ ইউনিটৰ দ্বাৰা অভিলেখ সৃষ্টি হৈছে। টাটা মটৰ্ছে ২১ অক্টোবৰত প্ৰকাশ কৰে যে তেওঁলোকৰ কোম্পানীয়ে এক লাখতকৈ অধিক বাহন ডেলিভাৰী কৰিছে, যিটো যোৱা বছৰৰ তুলনাত ৩৩ শতাংশ অধিক। আনহাতে হুণ্ডাই মটৰ ইণ্ডিয়াই জনোৱা অনুসৰি গড়ে দিনটোত প্ৰায় ২,৫০০ গাড়ী হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts