Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ টুপীয়াত ১৩ চেপ্তেম্বৰ তাৰিখে ৮ জন কংগ্ৰেছ দলৰ সদস্য-সদস্যাই বিজেপিত যোগদান কৰে।
অসম

নদুৱাৰ সমষ্টিৰ টুপীয়াত ১৩ চেপ্তেম্বৰ তাৰিখে ৮ জন কংগ্ৰেছ দলৰ সদস্য-সদস্যাই বিজেপিত যোগদান কৰে।

Email :30

আজি নদুৱাৰ সমষ্টিৰ টুপীয়াত ভাৰতীয় জনতা পাৰ্টীৰ কামকাজৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ ৮ জন সদস্য ক্ৰমে লালু ভূমিৰ, অৰূপ হাজৰিকা, দীপক বৰঠাকুৰ, ললিত বৰা, তিলক ভূমিজ,অবনি বৰা, মানি বৰা, ৰুনুমনি ভূঞাই বিজেপি দলত যোগদান কৰে। তেওঁলোক সকলোকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দললৈ স্বাগতম জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে নিজৰ ব্ক্তব্য প্ৰকাশ কৰি কয় যে তেওঁলোকৰ আস্থাই বিজেপিৰ সাংগঠনিক ভেটি নিঃসন্দেহে সুদৃঢ় কৰিব।এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে শোণিতপুৰ জিলা বিজেপিৰ উপ-সভাপতি নিতুমনি বৰা, উত্তৰ নদুৱাৰ যুৱ মৰ্চাৰ বিষয়ববীয়াসকল, পঞ্চায়তৰ বিষয়ববীয়াসকল, বুথৰ বিষয়ববীয়াসকল তথা ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts