Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • দক্ষিণ কোৰিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি জ্যেষ্ঠ কূটনীতিবিদ অসম সন্তান গৌৰাংগলাল দাসক।
ভাৰত

দক্ষিণ কোৰিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি জ্যেষ্ঠ কূটনীতিবিদ অসম সন্তান গৌৰাংগলাল দাসক।

Email :39

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত ৰূপে জেষ্ঠ্য কুটনীতিবিদ গৌৰাংগলাল দাসৰ নিযুক্তিৰ কথা সদৰি কৰিছে। আই এফ এছ বিষয়াগৰাকী ১৯৯৯ ৰ বেচৰ আছিল। বিষয়াগৰাকীয়ে বৰ্তমান এম ই এৰ ইষ্ট এছিয়া বিভাগৰ নেতৃত্ব দি যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts