Email :29
বিশ্বৰ ৬ নং খেলুৱৈ পৰ্ণপাৱী চ’চুৱঙক ২১-১৫, ২১-১৫ ছেটত পৰাস্ত কৰি পিভি সিন্ধুই চীন মাষ্টাৰছৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ ছিড কোৰিয়াৰ এন ছে ইয়ং আৰু ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বিজয়ীগৰাকী পিভি সিন্ধুই প্ৰতিদ্বন্দিতা কৰিব।













