Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • এডগবাষ্টনত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতৰ পাঁচখন টেষ্ট মেচৰ শৃংখলাত ১-১ ত সমতা স্থাপনত সফলতা।
খেল

এডগবাষ্টনত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতৰ পাঁচখন টেষ্ট মেচৰ শৃংখলাত ১-১ ত সমতা স্থাপনত সফলতা।

Email :40

ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰা ভাৰতৰ বাৰ্মিংহামত এয়া প্ৰথম বিজয়। অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত ২৬৯ আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান কৰি সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল । এই টেষ্টত ১৯৮৬ চনত চেতন শৰ্মাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ১০ টা উইকেটেই দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হোৱাৰ কৃতিত্ব অৰ্জন আকাশ দীপৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts