Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি উত্তৰ-পূবৰ প্ৰথমখন এক্সট্ৰাড’জড দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
অসম

আজি উত্তৰ-পূবৰ প্ৰথমখন এক্সট্ৰাড’জড দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।

Email :4

গুৱাহাটীক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ স্থাপন কৰা ছয় লেনযুক্ত এক্সট্ৰাড’জড দলং কুমাৰ ভাস্কৰ বৰ্মা সেতুখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰাৰ লগে-লগে অসমৰ নগৰ সংযোগ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক নতুন দিশ সংযোজন হ’ল। গুৱাহাটী তথা উত্তৰ গুৱাহাটীৰ মাজত অহা-যোৱাৰ সময় কমেও ৭ মিনিটলৈ হ্ৰাস পাব; ৩,০৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দলঙখন ভূমিকম্প প্ৰবণ অঞ্চলটোৰ প্ৰতি লক্ষ্য ৰাখি ভূমিকম্পৰ বিৰুদ্ধে স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ ঘৰ্ষণ পেণ্ডুলাম বেয়াৰিং অন্তৰ্ভুক্ত কৰি উন্নত ভিত্তি পৃথকীকৰণ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts