Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা: চৰকাৰী চাকৰিয়ালসকলে লাভ কৰিব অগ্ৰিম দৰমহাৰ সুবিধা।
অসম

আজি অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা: চৰকাৰী চাকৰিয়ালসকলে লাভ কৰিব অগ্ৰিম দৰমহাৰ সুবিধা।

Email :12

স্বাগত পৰ্টেল ২.০ মুকলি অনুষ্ঠানত চৰকাৰী কৰ্মচাৰীসকললৈ সুখবৰ আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অবগত কৰে যে প্ৰয়োজনত তেওঁলোকে আগতীয়াকৈ দৰমহা উলিয়াব পাৰিব। এই নতুন ব্যৱস্থাৰ অধীনত দৰমহা আগধন ৰূপে উলিয়ালে এবছৰৰ ভিতৰত একক পেমেণ্টত নহয় কিস্তিৰ জৰিয়তে ঘূৰাই দিব পাৰিব। এই সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে বেংকক নূন্যতম সুত দিব লাগিব। লগে-লগে পৰিশোধ কৰিলে কম সুত আকৰ্ষণ হ’ব, আনহাতে কিস্তি ভিত্তিত পৰিশোধৰ ক্ষেত্ৰত সুতৰ হাৰ অলপ বেছি হ’ব। জৰুৰীকালীন অৱস্থাত কৰ্মচাৰীসকলক সময়মতে আৰ্থিক সহায় আগবঢ়োৱা আৰু বাহ্যিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts