Email :20
আজিৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ পেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছছাইটিৰ অধ্যক্ষ ড° কিশোৰ হাজৰিকা, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ অধ্যক্ষ বিদ্যাসাগৰ বৰা, অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি মদন থাপা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ লগতে অসম নেপালী সাহিত্য সভাৰ সভাপতি ড: চিন্তামনি শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি দিলীপ গজুৰেল, শিশুবন্ধু অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক লীলা উপাধ্যায় আদি বিশিষ্ট ব্যক্তিয়ে।