Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশ আৰু হাফলং আৰু শিলচৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰ জাটিংগা-লামপুৰ ষ্ট্ৰেচৰ ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ ।
খেল

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশ আৰু হাফলং আৰু শিলচৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰ জাটিংগা-লামপুৰ ষ্ট্ৰেচৰ ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ ।

Email :22

📌 মন্ত্ৰী গাৰ্লোছাই উল্লেখ কৰে যে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেই (এন এফ আৰ) ক্ষতিগ্ৰস্ত ৰেলপথ পুনৰুদ্ধাৰৰ বাবে পূৰ্ণ গতিত কাম চলাই আছে।

📌 কিন্তু ৰাতি পুনৰ বৰষুণ অহাত সতেজ বোকা খহনীয়াই পুনৰুদ্ধাৰৰ কাৰ্য লেহেমীয়া কৰিছে।

📌 এই সন্দৰ্ভত গুৱাহাটীৰ আই আই টিৰ বিশেষজ্ঞৰ এটা দলে অঞ্চলটো জৰীপ কৰি প্ৰস্তাৱিত পথটোৰ বাবে নতুন এলাইনমেণ্টৰ পৰামৰ্শ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts