Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৮ জানুৱাৰীৰ ৰাতিপুৱা পাঁচগাঁও আৰু দীপাটোলাত বনৰীয়া হাতীয়ে চলোৱা উপদ্ৰৱৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

৮ জানুৱাৰীৰ ৰাতিপুৱা পাঁচগাঁও আৰু দীপাটোলাত বনৰীয়া হাতীয়ে চলোৱা উপদ্ৰৱৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :10

আজি ৰাতিপুৱা বনৰীয়া হাতীৰ উপদ্ৰৱত পাঁচগাঁও আৰু দীপাটোলা অঞ্চলৰ ৰাইজে সন্মুখীন হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিবলৈ উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। বনৰীয়া হাতীৰ উপদ্ৰৱত ঘৰৰ লগতে অন্যান্য ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা ৰাইজক বিধায়কগৰাকীয়ে আশ্বাস প্ৰদান কৰে যে সম্ভৱপৰ সকলো সহায় ৰাইজলৈ আগবঢ়োৱা হ’ব লগতে বনকৰ্মীসকলকো স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts