Email :20
আজি কন্যকা বহুমুখী পামত বাৰ্মিংহামত অনুষ্ঠিত হোৱা এক সম্বৰ্দ্ধনা অনুষ্ঠানত “2025 World Police & Fire Games” ত পদক অৰ্জন কৰা জামুগুৰিহাটৰ উদীয়মান খেলুৱৈ ক্ৰমে অম্লানজিত বৰঠাকুৰ, কন্দৰ্প বৰা আৰু ইঞ্জিনীয়াৰিং পৰীক্ষাত প্ৰথম স্থান লাভ কৰা বামুনবাৰিৰ ঋতুপৰ্ণা নাথক সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। জামুগুৰি যুৱ মৰ্চাৰ ফালৰ পৰাও তিনিগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।