Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২৭ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ ঘোষণা বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পন্ন কৰা হ’ব।
অসম

২৭ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ ঘোষণা বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পন্ন কৰা হ’ব।

Email :26

ভাৰতৰ নিৰ্বাচন আয়োগে ২৭ অক্টোবৰ তাৰিখে অৱগত কৰা অনুসৰি ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ (SIR)ৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পন্ন কৰা হ’ব।১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল হ’ল ক্ৰমে আন্দামান আৰু নিকোবৰ, দ্বীপপুঞ্জ, গোৱা, পুডুচেৰী, ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু, তেলেংগানা।ইয়াৰ ভিতৰত তামিলনাডু, পুডুচেৰী, কেৰালা, আৰু পশ্চিম বংগত ২০২৬ চনত নিৰ্বাচন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts