Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২৩ আগষ্ট তাৰিখে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম দৰ্শন আঁচনিৰ অধীনত বিভিন্ন ধৰ্মীয় উপাসনা স্থলৰ বাবে ডেৰ লাখ টকাৰ চেক প্ৰথম কিস্তি ৰূপে প্ৰদান কৰে।
Uncategorized

২৩ আগষ্ট তাৰিখে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম দৰ্শন আঁচনিৰ অধীনত বিভিন্ন ধৰ্মীয় উপাসনা স্থলৰ বাবে ডেৰ লাখ টকাৰ চেক প্ৰথম কিস্তি ৰূপে প্ৰদান কৰে।

Email :10

অসম দৰ্শন আঁচনিৰ পদক্ষেপৰ এক অংশস্বৰূপে বিভিন্ন তীৰ্থস্থানলৈ ডেৰ লাখ টকাৰ চেক প্ৰথম কিস্তি ৰূপে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সভাকক্ষত আগবঢ়োৱা হ’ল। চৰকাৰৰ এই ইতিবাচক পদক্ষেপে ধৰ্মীয় উপাসনা স্থলবোৰৰ সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিত সহায়ক হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts