Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ২৩ আগষ্টত ডি আৰ ডি অ’ৰ সংহত বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ প্ৰথম উৰণৰ সফল পৰীক্ষা।
ভাৰত

২৩ আগষ্টত ডি আৰ ডি অ’ৰ সংহত বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ প্ৰথম উৰণৰ সফল পৰীক্ষা।

Email :9

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা ২৩ আগষ্টত ১২:৩০ বজাত সংহত বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ (আই এ ডি ডব্লিউ এছ) ওড়িশাৰ উপকূলৰ পৰা পৰীক্ষা সম্পূৰ্ণ কৰা হয়। ডি আৰ ডি অ’ৰ ভাষ্য অনুসৰি, আই এ ডি ডব্লিউ এছ হ’ল এক বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, যিটো সম্পূৰ্ণৰূপে থলুৱাভাৱে বিকশিত আৰু ইয়াত কুইক ৰিয়েকচন ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (কিউ আৰ এছ এ এম), এডভান্সড ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (ভি এছ অ’ আৰ ডি এছ) মিছাইল আৰু উচ্চ শক্তিৰ লেজাৰ ভিত্তিক ডাইৰেক্টেড এনাৰ্জি ৱেপন (ডি ই ডব্লিউ) আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’, সশস্ত্ৰ বাহিনী, আৰু ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগক এই সফল প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts