Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
২০২৬ ত অনুষ্ঠিত হʼবলগীয়া এ এফ চি অনূৰ্ধ্ব ২০ মহিলা এছিয়ান কাপলৈ ভাৰতীয় মহিলা ফুটবল টীমে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা ১০ আগষ্টত গ্ৰুপ ডিৰ এখন আকৰ্ষণীয় খেলত আয়োজক ম্যানমাৰৰ বিৰুদ্ধে ১-০ স্কʼৰৰ ব্যৱধানত ভাৰতীয় দলে জয়লাভ কৰে।
Your email address will not be published. Required fields are marked *