Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • মনোৰঞ্জন
  • ২০২৬ ৰ ৫ জানুৱাৰীৰ পৰা পুনৰ সম্প্ৰচাৰ হ’ব মাষ্টাৰ চেফ ইণ্ডিয়াৰ নতুন ছিজন।
মনোৰঞ্জন

২০২৬ ৰ ৫ জানুৱাৰীৰ পৰা পুনৰ সম্প্ৰচাৰ হ’ব মাষ্টাৰ চেফ ইণ্ডিয়াৰ নতুন ছিজন।

Email :17

২০২৬ বৰ্ষৰ মাষ্টাৰ চেফ ইণ্ডিয়াৰ থিম হৈছে প্ৰাইড অৱ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় খাদ্যৰ আঁৰৰ কাহিনী আৰু সোৱাদক মঞ্চ প্ৰদান কৰা। এই ৰিয়েলিটি শ্ব’ত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে নিজৰ ৰন্ধন কলা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। এই শ্ব’ৰ বিচাৰকৰ ভূমিকা গ্ৰহণ কৰিব ক্ৰমে চেফ বিকাশ খান্না, ৰণবীৰ ব্ৰাৰ, কুনাল কপুৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts