Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ২০২৫ ৰ হংকং অ’পেন ফাইনেলৰ যুঁজত প্ৰৱেশ ভাৰতৰ সাতৱিক-চিৰাগৰ।
খেল

২০২৫ ৰ হংকং অ’পেন ফাইনেলৰ যুঁজত প্ৰৱেশ ভাৰতৰ সাতৱিক-চিৰাগৰ।

Email :35

ভাৰতৰ বেডমিন্টনৰ শীৰ্ষ পুৰুষ ডাবলছৰ যুটি সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে মাত্ৰ ৩৮ মিনিটত হংকং অপেনৰ ফাইনেলত উপনীত হʼবলৈ সফল হৈছে। ছেমিফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিল টাইৱানৰ চেন চেং কুয়ান আৰু লিন বিং-ৱেই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts