Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • ২০২৫ ৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী বঁটা’ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিশিষ্ট লোকশিল্পী ৰত্নেশ্বৰ মৰাণলৈ।
গুৱাহাটী

২০২৫ ৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী বঁটা’ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিশিষ্ট লোকশিল্পী ৰত্নেশ্বৰ মৰাণলৈ।

Email :17

সদৌ অসম ছাত্ৰ সন্থাই ২০২৫ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী বঁটা তিনিচুকীয়া জিলাৰ কাকোপথাৰৰ লোকসংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণক প্ৰদান কৰা হৈছে। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ পৰম্পৰাগত লোক প্ৰথা, গীত, আচাৰ-ব্যৱহাৰ সংৰক্ষণৰ বাবে তৃণমূল পৰ্যায়ত তেখেতে এক অগ্ৰণী ভূমিকা পালন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই সদৰি কৰিছে যে যি সময়ত বহু থলুৱা শিল্পকলা ক্ৰমান্বয়ে নোহোৱা হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে, সেই সময়ত লোক পৰম্পৰাৰ ৰক্ষাৰ ক্ষেত্ৰত ৰত্নেশ্বৰ মৰাণৰ সচেতনতা আৰু দায়বদ্ধতাই থলুৱা শিল্পসমূহৰ প্ৰতি নতুন প্ৰজন্মকো অসমৰ সংস্কৃতিৰ সৈতে জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব। আজি গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ পুণ্যতিথিত ৰত্নেশ্বৰ মৰাণক বঁটাৰে গুৱাহাটীত সন্মানিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts