Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ২০২৫ ৰ ইউনেস্কোৰ ৰেপ্ৰেজেন্টেটিভ লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউম্যানিটিত দীপাৱলী অন্তৰ্ভুক্ত।
ভাৰত

২০২৫ ৰ ইউনেস্কোৰ ৰেপ্ৰেজেন্টেটিভ লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউম্যানিটিত দীপাৱলী অন্তৰ্ভুক্ত।

Email :18

বিশ্বজুৰি সাংস্কৃতিক ঐতিহ্যসমূহক সুৰক্ষিত ৰখাৰ লগতে প্ৰচাৰ তথা ইয়াৰ তাৎপৰ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো) য়ে ৰেপ্ৰেজেন্টেটিভ লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউম্যানিটি তালিকাখন আৰম্ভ কৰিছিল। ২০২৫ বৰ্ষ এই তালিকাত পোহৰৰ উৎসৱ দীপাৱলী অন্তৰ্ভুক্ত হোৱা বাতৰি এক গৌৰৱৰ বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts