Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
হেৰী পটাৰ অনুৰাগীসকললৈ আছে এটা বিশেষ খবৰ। ৪০ লাখ টকাৰ বাজেটেৰে আঠগাঁৱৰ এখন পূজা কমিটীয়ে প্ৰস্তুতি চলাইছে গুৱাহাটীবাসীক হগৱাৰ্টছ কাল্পনিক পৃথিৱীৰ আভাস দিবলৈ। বাস্তৱিক প্ৰপছ, হগৱাৰ্টছ দেখুওৱা দুৰ্গৰ গাঁঠনিয়ে দৰ্শকক এই দুৰ্গা পূজা মণ্ডপলৈ আকৰ্ষিত কৰিব।
Your email address will not be published. Required fields are marked *