Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৮ অক্টোবৰ ২০২৫ ত ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ কাৰ্যালয় সভাগৃহত কৰ্ণধাৰ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা সম্পন্ন।
অসম

১৮ অক্টোবৰ ২০২৫ ত ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ কাৰ্যালয় সভাগৃহত কৰ্ণধাৰ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা সম্পন্ন।

Email :38

ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ কাৰ্যালয় সভাগৃহত কৰ্ণধাৰ সমিতিৰ সৈতে হোৱা এখন গুৰুত্বপূৰ্ণ সভাত আজি উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই আগন্তুক দিনত শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ বুথ পৰ্যায়ৰ পৰা দলীয় সংগঠন অধিক শক্তিশালী কৰাৰ বাবে সকলোকে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। এই সভাখনত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বৰ্মন ডাঙৰীয়া, বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, ৰঙাপাৰাৰ সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতি ডাঙৰীয়া, ৰাজ্যিক মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডাঙৰীয়ানী, জিলা প্ৰভাৰী অনিল শইকীয়া ডাঙৰীয়া, সহ-প্ৰভাৰী জোন জ্যোতি কাশ্যপ ডাঙৰীয়া প্ৰমুখ্যে কৰি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts