Email :15
১৭ বছৰ অনুৰ্ধ্ব মহিলাৰ SAFF চেম্পিয়নশ্বিপ ভুটানত অনুষ্ঠিত হ’ব। এই আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতালৈ যাবলগীয়া ২৩ জনীয়া ভাৰতীয় দলত মেঘালয়ৰ দুই উদীয়মান খেলুৱৈ বনিফিলিয়া শ্বুল্লাই আৰু আলিছা লিংডোহে স্থান লাভ কৰিবলৈ সফল হৈছে।