Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • ১৭ নবেম্বৰ ২০২৫ ত মক্কাৰ পৰা মদিনালৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনো ভাৰতীয়ৰ মৃত্যুৰ আশংকা।
বিশ্ব

১৭ নবেম্বৰ ২০২৫ ত মক্কাৰ পৰা মদিনালৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনো ভাৰতীয়ৰ মৃত্যুৰ আশংকা।

Email :21

ছৌদি আৰৱত এক অনাকাংক্ষিতভাৱে হোৱা বাছ দুৰ্ঘটনাত কেইবাজনো ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। মক্কাৰ পৰা মদিনালৈ গৈ থকা উক্ত বাছত কেইবাজনো হায়দৰাবাদৰ তীৰ্থযাত্ৰী আছিল। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাৰ সন্দৰ্ভত জেদ্দাতত অৱস্থিত ভাৰতৰ কনছুলেট জেনেৰেলৰ ২৪ ঘণ্টাই সক্ৰিয় কন্ট্ৰল ৰুম স্থাপন কৰা হৈছে। কণ্ট্ৰল ৰুমৰ টোল ফ্ৰী নম্বৰ হৈছে ৮০০২৪৪০০০৩ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts