Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৬ চেপ্তেম্বৰ২০২৫ ত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বানৰ কবলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।
অসম

১৬ চেপ্তেম্বৰ২০২৫ ত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বানৰ কবলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।

Email :32

১৬ চেপ্তেম্বৰ ২০২৫ তো সমষ্টিৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আশ্ৰয় শিবিৰত উপস্থিত হয়। আশ্ৰয় শিবিৰত খাদ্যবস্তু যোগান ধৰাৰ ব্যৱস্থা কৰে। তেখেতৰ সৈতে উপস্থিত থাকে চতিয়া পৌৰসভাৰ পৌৰপতি, পঞ্চায়ত সভাপতি, সদস্য-সদস্যাসকল। বিধায়কগৰাকীয়ে আশা কৰে যে সকলোৰে প্ৰচেষ্টাত অতি সোনকালেই এই সমস্যাৰ সমাধান সম্ভৱ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts