Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ১৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ দূৰদৰ্শনৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ।
ভাৰত

১৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ দূৰদৰ্শনৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ।

Email :37

১৯৫৯ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ অধীনত পৰীক্ষামূলক টেলিভিছন সেৱা হিচাপে দূৰদৰ্শনৰ যাত্ৰা আৰম্ভ হৈছিল। ১৯৭৬ চনৰ ১ এপ্ৰিলত অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা দূৰদৰ্শন পৃথক হোৱাৰ ফলত দূৰদৰ্শনক স্বায়ত্তশাসন প্ৰদান কৰা হয়। ১৯৮২ চনৰ ১৫ আগষ্টত দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ লগত সংগতি ৰাখি ৰঙীন টেলিভিছনৰ প্ৰচলনৰ ফলত দূৰদৰ্শনৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি হৈছিল। ১৯৯৭ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰসাৰ ভাৰতী আইন , ১৯৯০ ৰ অধীনত প্ৰসাৰ ভাৰতীক স্বায়ত্তশাসিত নিগম হিচাপে প্ৰতিষ্ঠা হোৱাৰ ফলত দূৰদৰ্শনক আৰু অধিক পেছাদাৰী কৰি তোলা সম্ভৱ হৈ উঠিল। দূৰদৰ্শনে ভাৰতৰ ৯০% তকৈ অধিক জনসংখ্যাৰ ওচৰ চপাৰ লগতে, ডিডি নিউজে দৈনিক ১৭+ ঘণ্টাৰ লাইভ প্ৰগ্ৰেমিং প্ৰচাৰ কৰে। তথ্য প্ৰচাৰ, সাংস্কৃতিক সংৰক্ষণ, আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাবে এক এক শক্তিশালী মাধ্যম ৰূপে ই কাম কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts