Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৪ অক্টোবৰ ২০২৫ তাৰিখে শোণিতপুৰ জিলাৰ আয়ুক্ত সভাকক্ষত দুৰ্যোগ ব্যবস্থাপনাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ দুখন সভা সম্পন্ন।
অসম

১৪ অক্টোবৰ ২০২৫ তাৰিখে শোণিতপুৰ জিলাৰ আয়ুক্ত সভাকক্ষত দুৰ্যোগ ব্যবস্থাপনাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ দুখন সভা সম্পন্ন।

Email :28

আজি শোণিতপুৰ জিলাৰ আয়ুক্ত সভাকক্ষত দুৰ্যোগ ব্যবস্থাপনাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ দুখন সভা জিলা আয়ুক্ত আনন্দ কুমাৰ দাসদেৱৰ অধ্যক্ষতাত সম্পন্ন হৈ যায়। ইয়াৰ লগতে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাখনতো অংশগ্ৰহণ কৰি জিলা পৰ্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা, বেচৰকাৰী সংস্থা আৰু স্থানীয় চৰকাৰৰ দৰে অন্যান্য অংশীদাৰৰ সৈতে সমন্বয় সাধন কৰা, তথা প্ৰস্তুতিৰ সন্দৰ্ভত জানিবলৈ প্ৰয়াস কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সভাখনত বিত্ত আৰু হিচাপ বিষয়া, ডেপুটী কমিশনাৰৰ কাৰ্যালয় শোণিতপুৰ, কাৰ্যবাহী অভিযন্তা, পি.ডব্লিউ.ডি, জল সম্পদৰ কাৰ্যবাহী অভিযন্তা, শোণিতপুৰ সংমণ্ডল বন বিষয়াৰ লগতে বিভিন্ন বিভাগত থকা বিষয়ববীয়া সকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts