Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ১০ জুলাই তাৰিখে ৰাতিপুৱা ৯.০৪ বজাত ভূমিকম্প জোঁকাৰণি অনুভৱ হয়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ভূমিকম্প অনুভৱ হোৱা হাৰিয়ানাৰ ঝজ্জাৰ অঞ্চল দিল্লীৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
Your email address will not be published. Required fields are marked *