Email :16
২৬ নবেম্বৰৰ বিয়লিৰ পৰা উত্তৰ-পূবৰ হংকঙৰ টাই প’ জিলাৰ আঠটা ব্লকেৰে গঠিত ৱাং ফুক ক’ৰ্ট নামৰ এটা গৃহ নিৰ্মাণ কমপ্লেক্স ৱাং ফুক ক’ৰ্টত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বাতৰিয়ে আন্তঃৰাষ্ট্ৰীয় মহলত খলকনি সৃষ্টি কৰিছে। এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি ৫৫ ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰি ৩০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।













