Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ English Channel ৰিলে মোডত সাঁতুৰি পাৰ হোৱা প্রথম অসমীয়া হিচাপে অভিলেখ।
অসম

সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ English Channel ৰিলে মোডত সাঁতুৰি পাৰ হোৱা প্রথম অসমীয়া হিচাপে অভিলেখ।

Email :20

English Channel ১৩ ঘণ্টাত ৰিলে মোডত সাঁতোৰা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ। এই প্ৰয়াস তেখেতৰ পেছাদাৰী সাঁতোৰ কেৰিয়াৰৰ ১৪ সংখ্যক সাগৰীয় অতিক্ৰমণ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অভিনন্দন জ্ঞাপন কৰি এয়া অসমৰ বাবে এক গুৰুত্বপূৰ্ণ জয় আৰু অপৰিসীম গৌৰৱ বুলি অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts